মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

প্ৰৱেশ মাচুল

শংকৰদেৱ কলাক্ষেত্ৰত ভিন ভিন মাচুলৰ নিৰিখ

দৰ্শকৰ বাবে প্ৰবেশ টিকটৰ হাৰ

  • প্ৰাপ্তবয়স্ক – প্ৰতিজনৰ ৩০ টকা
  • শিশু – প্ৰতিজনৰ ১০ টকা (৫ বছৰৰ পৰা ১৪ বছৰলৈ)
  • বিদেশী – প্ৰতিজনৰ ১০০ টকা

গাড়ী ৰখাৰ মাচুলৰ নিৰিখ

  • ছয় চকীয়া গাড়ী – প্ৰতিখনত ৪০ টকা
  • চাৰি চকীয়া গাড়ী – প্ৰতিখনত ২০ টকা
  • দুই-তিনি চকীয়া গাড়ী – প্ৰতিখনত ১০ টকা
  • বাইচাইকেল – প্ৰতিখনত ৫ টকা।

  কেমেৰাৰ নিৰিখ

  • ষ্টীল কেমেৰা – প্ৰতিটো কেমেৰাত ১০ টকা
  • ভিডিঅ কেমেৰা – প্ৰতিটো কেমেৰাত ১০০ টকা

শব্দ আৰু পোহৰ নিৰিখ

  • প্ৰদৰ্শনী – প্ৰতিজনৰ ৩০ টকা।

দৰকাৰী তথ্য

  • কলাক্ষেত্ৰ হৈছে ধপাতমুক্ত আৰু সুৰামুক্ত অঞ্চল। ধপাতজাতীয় সামগ্ৰী (যেনে- চিগাৰেট, বিড়ি, জৰ্দা) আৰু চৌহদৰ ভিতৰত সুৰাপান কৰাৰ বাবে অনুমতি নাপাব।
  • চৌহদৰ ভিতৰত তামোল-পান আৰু পান খোৱাৰ বাবেও অনুমতি নাই।
  • কলাক্ষেত্ৰ হৈছে নিৰামিষাহাৰী চৌহদ। চৌহদৰ ভিতৰত সামিষ আহাৰ খোৱাৰ অনুমতি নাপাব।
  • কলাক্ষেত্ৰ চৌহদ দৰ্শন কৰিবলৈ অহা দৰ্শকসকলে ওপৰোক্ত সামগ্ৰীসমূহ লগত আনিব নোৱাৰিব।