প্ৰৱেশ মাচুল
শংকৰদেৱ কলাক্ষেত্ৰত ভিন ভিন মাচুলৰ নিৰিখ
দৰ্শকৰ বাবে প্ৰবেশ টিকটৰ হাৰ
- প্ৰাপ্তবয়স্ক – প্ৰতিজনৰ ৩০ টকা
- শিশু – প্ৰতিজনৰ ১০ টকা (৫ বছৰৰ পৰা ১৪ বছৰলৈ)
- বিদেশী – প্ৰতিজনৰ ১০০ টকা
গাড়ী ৰখাৰ মাচুলৰ নিৰিখ
- ছয় চকীয়া গাড়ী – প্ৰতিখনত ৪০ টকা
- চাৰি চকীয়া গাড়ী – প্ৰতিখনত ২০ টকা
- দুই-তিনি চকীয়া গাড়ী – প্ৰতিখনত ১০ টকা
- বাইচাইকেল – প্ৰতিখনত ৫ টকা।
কেমেৰাৰ নিৰিখ
- ষ্টীল কেমেৰা – প্ৰতিটো কেমেৰাত ১০ টকা
- ভিডিঅ কেমেৰা – প্ৰতিটো কেমেৰাত ১০০ টকা
শব্দ আৰু পোহৰ নিৰিখ
- প্ৰদৰ্শনী – প্ৰতিজনৰ ৩০ টকা।
দৰকাৰী তথ্য
- কলাক্ষেত্ৰ হৈছে ধপাতমুক্ত আৰু সুৰামুক্ত অঞ্চল। ধপাতজাতীয় সামগ্ৰী (যেনে- চিগাৰেট, বিড়ি, জৰ্দা) আৰু চৌহদৰ ভিতৰত সুৰাপান কৰাৰ বাবে অনুমতি নাপাব।
- চৌহদৰ ভিতৰত তামোল-পান আৰু পান খোৱাৰ বাবেও অনুমতি নাই।
- কলাক্ষেত্ৰ হৈছে নিৰামিষাহাৰী চৌহদ। চৌহদৰ ভিতৰত সামিষ আহাৰ খোৱাৰ অনুমতি নাপাব।
- কলাক্ষেত্ৰ চৌহদ দৰ্শন কৰিবলৈ অহা দৰ্শকসকলে ওপৰোক্ত সামগ্ৰীসমূহ লগত আনিব নোৱাৰিব।