কলাক্ষেত্ৰ চৌহদত চাবলগীয়া সম্পদ/গোটসমূহ –
- সাহিত্য আৰু সংগীত নাটক ভৱন
- ললিত কলা ভৱন
- সাংস্কৃতিক সংগ্ৰহালয় (পূৰ্বজ্যোতি সংগ্ৰহালয়)
- পুথিভঁড়াল
- ঐতিহ্য উদ্যান
- ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়
- শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ
- শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়
- বাতানুকূল কলা বীথিকা
- চিত্ৰ শিল্প বীথিকা (দুখন)
- পুতলা সংগ্ৰহালয়
- ড০ ভবেন্দ্ৰনাথ শইকয়া শিশু উদ্যান
- স্মৰণিকা বিপণী
- শব্দ আৰু পোহৰ প্ৰদৰ্শন
- মুকলি মঞ্চ থিয়েটাৰ
- শিল্পীৰ গাঁও
- শিশু প্ৰেক্ষাগৃহ
- আন্তৰ্জাতিক সভা কেন্দ্ৰ (৩০০ আৰু ১২৫০ ধাৰণ ক্ষমতৰ প্ৰেক্ষাগৃহ)
- অডিঅ ৰেকৰ্টিং ষ্টুডিঅ আৰু আৰ্কাইভ