মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

কলাক্ষেত্ৰ চৌহদত চাবলগীয়া সম্পদ/গোটসমূহ –

  • সাহিত্য আৰু সংগীত নাটক ভৱন
  • ললিত কলা ভৱন
  • সাংস্কৃতিক সংগ্ৰহালয় (পূৰ্বজ্যোতি সংগ্ৰহালয়)
  • পুথিভঁড়াল
  • ঐতিহ্য উদ্যান
  • ড০ ভূপেন হাজৰিকা সংগ্ৰহালয়
  • শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ
  • শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়
  • বাতানুকূল কলা বীথিকা
  • চিত্ৰ শিল্প বীথিকা (দুখন)
  • পুতলা সংগ্ৰহালয়
  • ড০ ভবেন্দ্ৰনাথ শইকয়া শিশু উদ্যান
  • স্মৰণিকা বিপণী
  • শব্দ আৰু পোহৰ প্ৰদৰ্শন
  • মুকলি মঞ্চ থিয়েটাৰ
  • শিল্পীৰ গাঁও
  • শিশু প্ৰেক্ষাগৃহ
  • আন্তৰ্জাতিক সভা কেন্দ্ৰ (৩০০ আৰু ১২৫০ ধাৰণ ক্ষমতৰ প্ৰেক্ষাগৃহ)
  • অডিঅ ৰেকৰ্টিং ষ্টুডিঅ আৰু আৰ্কাইভ