কলাক্ষেত্ৰত উপলব্ধ সুবিধাসমূহ
ভাড়াত পোৱাকৈ কলাক্ষেত্ৰত উপলব্ধ সুবিধাসমূহ-
- ৩০০জন মানুহ ধাৰণ ক্ষমতাৰ বাতানুকূল প্ৰেক্ষাগৃহ
- ১২৫০জন মানুহ ধাৰণ ক্ষমতাৰ বাতানুকূল প্ৰেক্ষাগৃহ
- শিশু প্ৰেক্ষাগৃহ
- সংগ্ৰহালয় প্ৰেক্ষাগৃহ (তলৰ মহলাত)
- মুকলি মঞ্চৰ থিয়েটাৰ (ধাৰণ ক্ষমতা ২০০০জন)
- সভা ঘৰ (ধাৰম মতা ১০০জন)
- সভা ঘৰ (বাতানুকূল)
- অতিথিশালা (ভি.আই.পি. কোঠা)
- শিল্পীৰ গাঁও (ডৰ্মিটৰী এক একমেডেচন)
- দুখন বিচনা থকা কোঠা (একমোডেচন)
- ৰংঘৰ বাকৰি মঞ্চ
- বাতানুকূল কলা বীথিকা
- অডিঅ ৰেকৰ্ডিং ষ্টুডিঅ
ইয়াত চকী, পি.এ. চিষ্টেম, ষ্টেজ লাইট, মুকলি ঠাই ইত্যাদি অনুষ্ঠান আৰু অভিনয় আদিৰ বাবেও ভাড়াত পোৱাৰ সুবিধা আছে।
বিভিন্ন সুবিধা প্ৰদানৰ বাবে ধাৰ্য কৰা মাননি: