মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

উপলব্ধ সুবিধাসমূহ

  • কলাক্ষেত্ৰত উপলব্ধ সুবিধাসমূহ

    ভাড়াত পোৱাকৈ কলাক্ষেত্ৰত উপলব্ধ সুবিধাসমূহ-

    • ৩০০জন মানুহ ধাৰণ ক্ষমতাৰ বাতানুকূল প্ৰেক্ষাগৃহ
    • ১২৫০জন মানুহ ধাৰণ ক্ষমতাৰ বাতানুকূল প্ৰেক্ষাগৃহ
    • শিশু প্ৰেক্ষাগৃহ
    • সংগ্ৰহালয় প্ৰেক্ষাগৃহ (তলৰ মহলাত)
    • মুকলি মঞ্চৰ থিয়েটাৰ (ধাৰণ ক্ষমতা ২০০০জন)
    • সভা ঘৰ (ধাৰম মতা ১০০জন)
    • সভা ঘৰ (বাতানুকূল)
    • অতিথিশালা (ভি.আই.পি. কোঠা)
    • শিল্পীৰ গাঁও (ডৰ্মিটৰী এক একমেডেচন)
    • দুখন বিচনা থকা কোঠা (একমোডেচন)
    • ৰংঘৰ বাকৰি মঞ্চ
    • বাতানুকূল কলা বীথিকা
    • অডিঅ ৰেকৰ্ডিং ষ্টুডিঅ

    ইয়াত চকী, পি.এ. চিষ্টেম, ষ্টেজ লাইট, মুকলি ঠাই ইত্যাদি অনুষ্ঠান আৰু অভিনয় আদিৰ বাবেও ভাড়াত পোৱাৰ সুবিধা আছে।
    বিভিন্ন সুবিধা প্ৰদানৰ বাবে ধাৰ্য কৰা মাননি: