মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

পুথিভঁড়াল

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দুষ্প্ৰাপ্য পুথি আৰু পাণ্ডুলিপিৰ এটা অতুলনীয় পুথিভঁড়াল আছে। পুথিভঁড়ালটোৱে যাতে সাংস্কৃতিক ঐতিহ্যৰ ওপৰত থকা পুথি-পাঁজিহে সংগ্ৰহ কৰে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। অন্যান্য প্ৰকাশনসমূহ, যেনে- সভা, অসমৰ লোক সাহিত্য আদিৰ পুথিও ইয়াত সংগ্ৰহ কৰা হব।