মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

প্ৰকাশন

  • অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত কিতাপ প্ৰকাশ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এখন আঁচনি হাতত লৈছে। আকৌ কলাক্ষেত্ৰত হোৱা সভা আৰু আলোচনা চক্ৰসমূহৰ গৱেষণা পত্ৰসমূহ প্ৰকাশ কৰাৰো আঁচনি গ্ৰহণ কৰা হৈছে।
    কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰা কিতাপসমূহ হৈছে-

    • সচিত্ৰ কীৰ্তন ঘোষা – সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা
    • সচিত্ৰ ভক্তি ৰত্নাৱলী – সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা
    • সচিত্ৰ শ্ৰীমদ্ভাগৱত (অষ্টম স্কন্ধ) - সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা
    • সচিত্ৰ শ্ৰীমদ্ভাগৱত (একাদশ স্কন্ধ) - সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা
    • সচিত্ৰ বনমালী দেৱ চৰিত - সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা
    • পাৰিজাত হৰণ নাট - সংকলন আৰু সম্পাদনা, সূৰ্য হাজৰিকা

    আন আন সম্পৰ্কীয় প্ৰকাশন –

      • Textile Tradition of Assam : Collection of Purbajyoti Museum

    সংকলন, গৌতম শৰ্মা আৰু জুলি বৰুৱা
    প্ৰকাশক, ভাৰতীয় সংগ্ৰহালয়, কলিকতা

      • An Alphabetical index of illustrated manuscripts of Assam

    ড০ নৰেন কলিতা
    -প্ৰকাশক, ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ দি আৰ্টছ, নতুন দিল্লী