মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

সাহিত্য

  • সাহিত্য, অৰ্থাত্ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাহিত্য শাখাটোৱে এই অঞ্চলৰ চহকী লিখিত সাহিত্যিক পৰম্পৰা আৰু মৌখিক সাহিত্যৰ পৰম্পৰাক উন্নত কৰিব পৰাৰ জোখেৰে এখন আচৰ সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছে। এইটোৱে বৰ্তমানে সময়ে সময়ে বিভিন্ন আলোচনাচক্ৰ, আলোচনা আৰু বৰ্কৃতাৰ আয়োজন কৰি আছে।